💐💐💐সংবেদনশীল ভিন্নস্বাদৰ লেখা আৰু গল্পৰে নিজা পৰিচয় গঢ়ি তোলা দেৱাংগ পল্লৱ শইকীয়াৰ প্ৰথম গল্প সংকলন- য’ত আছে জীৱনৰ সুক্ষ্ম আৱেগ, পৃথিৱীয়ে নেদেখা জীৱনৰ কিছুমান সত্য, ক’ৰবাত হয়তো আপোনাৰেই কথা।💐💐

দেৱাংগ পল্লৱ শ‍ইকীয়াৰ জন্ম ১৯৮১ চনত নগাঁওত।

কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত সম্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ।

বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ গল্প আৰু ভিন্নস্বাদৰ লেখা প্রকাশ হৈছে।

প্রথম প্রকাশিত সংকলন সঞ্জীৱন প্ৰকাশনৰ উদ্যোগত ‘অনুভৱৰ আলাপ’।

‘নৈৰ দৰে….’ তেখেতৰ প্ৰথম গল্প সংকলন।

Leave a Reply

Your email address will not be published. Required fields are marked *