💐💐💐’সাহিত্য অকাদেমিয়ে প্ৰকাশ কৰা আৰু বিশিষ্ট শিশু-সাহিত্যিক শান্তনু তামুলীয়ে সম্পাদনা কৰা ‘নিৰ্বাচিত অসমীয়া ‘শিশু-নাট’ গ্ৰন্থত শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, কেশদা মহন্ত, কৰৱী ডেকা হাজৰিকা, গোলাপচন্দ্ৰ বৰা, তোষপ্ৰভা কলিতা, হৰেন্দ্ৰ নাথ বৰঠাকুৰ, ঐশ্বৰ্য্য কাকতি, প্ৰভাত গোস্বামী, সপোনজ্যোতি ঠাকুৰ, দ্বিজেন নাথ, দেৱব্ৰত মহন্ত, ভূপেন্দ্ৰ নাথ হাজৰিকা, দীপক কুমাৰ কলিতা, দুলাল বৰা, যতীন শইকীয়া, উৎপল কুমাৰ দাস, নিতুল কুমাৰ মেধি, প্ৰশান্ত কুমাৰ দাস, নীহাৰ চৌধুৰী আৰু বীণাপাণি মহন্ত বৰুৱাৰ নাটক আছে।💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *