নামবৰৰ পৰা ম্যানমাৰলৈ

অপূৰ্ব বল্লভ গোস্বামী

জাগৰণ প্ৰকাশন

মূল্য ৮০ টকা

প্ৰথম প্ৰকাশ ডিচেম্বৰ ২০০৭

অসমৰ সাংবাদিকতা জগতত নিৰ্ভীক আৰু আপোচহীন ৰূপত নিজকে উপবিষ্ট কৰাই ৰাইজৰ প্ৰশংসা আৰু কেইবাটাও সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অপূৰ্ব বল্লভ গোস্বামীৰ “নামবৰৰ পৰা ম্যানমাৰলৈ” প্ৰতিজন প্ৰকৃতিপ্ৰেমীয়ে পঢ়া প্ৰয়োজনীয়।

কিতাপ খনত আপুনি পঢ়িবলৈ পাব….

১. বিশ্বৰ ভিতৰতে সবাতোকৈ পুৰণি বনাঞ্চল হিচাপে খ্যাত নামবৰৰ বিষয়ে।

২.নামবৰত বনৰীয়া হাতীৰ অস্ত্ৰোপচাৰ।

৩.নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰ।

৪. হাতীৰ কথা

৫. নামবিহীন জলপ্ৰপাত “লাংচুন”।

৬. পৰিবেশ সংৰক্ষণ।

৭. প্ৰকৃতিবিদ পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীৰ বিষয়ে।

৮. নামবৰত উপলব্ধ বহু দুষ্প্ৰাপ্য উদ্ভিদৰ সন্ধান।

৯. নামবৰ হাবিৰ গেলিপুং গৰমপানীৰ উঁহ।

১০. অন্যান্য বহুতো………

Leave a Reply

Your email address will not be published. Required fields are marked *