💐💐💐💐’ত্ৰিলোক আখ্যান’💐💐💐💐

‘ত্ৰিলোক আখ্যান’ -ত্ৰিলোক অৰ্থাৎ স্বৰ্গ,মৰ্ত্য আৰু পাতালৰ কাহিনী।

আধ্যাত্মিক ভাৱধাৰাকে মূল হিচাপে লৈ ৰচনা কৰা গ্ৰন্থ খনে পাঠক সমাজৰ অন্তৰত সামান্য পৰিমাণে হলেও ঈশ্বৰ ভক্তিৰ পবিত্ৰ ভাৱধাৰা কঢ়িয়াই আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *