💐💐লীনা শৰ্মা অসমীয়া সাহিত্য জগতখনৰ এটি প্ৰতিষ্ঠিত নাম।💐💐

ইতিমধ্যে আঠখন অসমীয়া উপন্যাস আৰু এখন ইংৰাজী ভাষাত উপন্যাস লিখি সমাদৃত হোৱা এই লেখিকা গৰাকীয়ে ‘জীৱন এষণা ‘ নামেৰে অসমীয়া প্ৰতিদিন কাকতত যোৱা চাৰি বছৰ ধৰি এটি নিয়মিত কলম লিখি আছে।

💐💐ইয়াৰে কেইটামান নিৰ্বাচিত লেখা সন্নিবিষ্ট ‘জীৱন এষণা সান্নিধ্য আৰু সুবাস ।’💐

Leave a Reply

Your email address will not be published. Required fields are marked *