
💐💐💐💐চাকৰিয়াল বোৱাৰী💐💐💐💐
“চাকৰিয়াল বোৱাৰী” এখন চুটি গল্প সংকলন ।
অৰ্দ্ধ শতকৰো অধিক চুটি গল্প থকা গল্প সংকলন খনত বিশেষকৈ চাকৰিয়াল বোৱাৰী সকলৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে ।
বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে সমানে ঘৰৰ পৰা বাহিৰত বিভিন্ন চহৰত কৰ্মৰত হৈও ঘৰ সংসাৰ, লৰা ছোৱালীৰ দায়িত্ব, বোৱাৰী দায়িত্ব, পত্নীৰ দায়িত্ব সকলো দায়িত্ব পালন কৰি নিজৰ কথা ভাবিবলৈ সময় মিলাব নোৱাৰা মহিলাসকলৰ কাহিনী বৰ্ণনা কৰা হৈছে।
💐অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো কিতাপৰ দোকানত উপলব্ধ।💐
