
চন্দন কুমাৰ নেওগ।
জন্ম -১৯৬৭
জন্মস্থান -শিমলুগুৰি, গহপুৰ।
পিতৃ-খগেন নেওগ।
মাতৃ-শুভেশ্বৰী নেওগ।
বিদ্যালয়ৰ শিক্ষা -নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়।
গুৱাহাটী কমাৰ্চ কলেজৰ পৰা ‘ব্যক্তি পৰিচালনা’ বিভাগত সন্মান সহ স্নাতক।
গুৱাহাটীৰ চান্দমাৰীত কোম্পানী চেক্ৰেটেৰী পাঠ্যক্ৰমত নামভৰ্তি ।
পাঠ্যক্ৰম আধৰুৱা কৰি গুৱাহাটীৰ ‘জি এল পাব্লিকেচনছ’ত যোগদান।
এবছৰৰ পাছত ‘ৰাজশ্ৰী পাব্লিকেচন’ত যোগদান।
১৯৯৪ত কাম এৰি ঘৰলৈ প্ৰত্যাবৰ্তন।
নিজাকৈ ব্যৱসায় আৰম্ভ। ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ব্যৱসায় এতিয়াও অব্যাহত।
বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা লিখিবলৈ চেষ্টা। তেজপুৰৰ পৰা প্ৰকাশিত ‘মহাজাতি’ নামৰ সাপ্তাহিক কাকতখনতে প্ৰথম লেখা প্ৰকাশ। পাছত গুৱাহাটীৰ পৰা প্ৰকাশিত কাকত আলোচনীত লেখা প্ৰকাশ।অকণ
শিশু উপন্যাস প্ৰকাশ, ২০০৫
প্ৰকাশক-পুথিতীৰ্থ প্ৰকাশন, গোলাঘাটমাকণ পেহীৰ হাঁহি ,২০২৪
গল্প সংকলন প্ৰকাশ।
প্ৰকাশক-সৃষ্টি প্ৰকাশ, গহপুৰ।
