💐শ্ৰদ্ধাৰ পূৰ্ণকান্ত গোস্বামীৰ কথাৰে……💐

লেখিকা জীনা ৰাজকুমাৰী এগৰাকী সুগায়িকা হোৱাৰ লগতে তেখেতে লিখা মেলাও কৰি কৃতিত্ব অৰ্জন কৰিছে।

‘চক্ৰবেহু’ নামৰ এই উপন্যাসখন স্তন কেন্সাৰত ভোগা ৰোগীৰ বাবে মহৌষধ স্বৰূপ।

ৰোগীৰ ইচ্ছা শক্তি আৰু মনোবল তথা সাহস থাকিলে কেন্সাৰ বেমাৰো নিৰাময় কৰিব পাৰি।

পঢ়ি চাওকচোন, সকলো জানিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *