💐শ্ৰীমদ্ভাগৱত গীতাক ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ মধ্যমণি বুলি কোৱা হয়৷ 💐

কিন্তু গীতাৰ অধ্যয়ন আৰু জ্ঞান মন্থন বহুতৰে বাবে হৈ নুঠেগৈ৷

সেয়েহে সহজ ভাষাত গীতাৰ প্ৰতিটো অধ্যায়ৰ মণি মুকুতাবোৰ বুটলি এখন নতুন গ্ৰন্থ।

দত্তবৰুৱা পাব্লিচিং কোম্পানী প্ৰাইভেট লিমিটেডে কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াইছে৷

কিতাপখনৰ মূল্য মাথোন ৭৫ টকা৷

লয়াৰ্ছ বুক ষ্টল, জ্যোতি প্ৰকাশন, ৰেখা প্ৰকাশন আৰু BR Kalita publication ৰ বিপনিত কিতাপখন পোৱা যাব বুলি প্ৰকাশকে জনাইছে৷

কিতাপৰ দোকানলৈ গ’লে কিতাপখনত এবাৰ চকু ফুৰাই চাবলৈ সকলোলৈ অনুৰোধ কৰিলোঁ৷ 🙏

Leave a Reply

Your email address will not be published. Required fields are marked *