
📌❤️❤️❤️❤️❤️এই গ্ৰন্থখনিত প্ৰথমবাৰৰ বাবে সামৰি লোৱাৰ চেষ্টা কৰা হৈছে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য তথা বৃটিছ শাসিত অসমৰ অসম বিধান পৰিষদলৈ নিৰ্বাচিত কাৰবি জনগোষ্ঠীৰ প্ৰথমগৰাকী বিধায়ক প্ৰয়াত খৰছিং তেৰাঙৰ ৰাজনৈতিক জীৱনৰ আগেয়ে কাহানিও পোহৰলৈ নহা বহুবোৰ অজানা দিশ৷
📌❤️❤️❤️❤️❤️ এইখন মাথো খৰছিং তেৰাংদেৱৰ জীৱনী নহয়, তেওঁৰ সমসাময়িক কালৰ এক ৰাজনৈতিক দলীল৷

