💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

জীৱন অনন্য।

সময়ো অনন্য।

জীৱন বিচিত্ৰ।

সময়ো বিচিত্ৰ।

আপুনি কাক ভাল পায়?

সময়ক নে জীৱনক?

যাকেই ভাল নাপাওক কিয় নিজৰ স্থানত দুয়ো অনন্য একক।

অতুলনীয়।

কোনোবা কাৰবন্দী।

আপুনি মইও কাৰাবন্দী জীৱনৰ কাৰাগাৰত।

কাৰাগাৰ দুখন।

এখন মূৰ্ত আৰু আনখন বিমূৰ্ত।

সকলো বিচাৰি পাব আমাৰ কাৰাগাৰত।

লেখক ড০ হেমন্ত শৰ্মা।

হেমন্ত শৰ্মাৰ

কাৰাগাৰ

দাম : ২২০.০০

পূর্বায়ণ প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *