💐💐💐”কালদিয়া পাৰৰ গোঁসানী”💐💐💐

: ৰক্তিম শৰ্মা

অসমৰ দীৰ্ঘকালীন ৰাজনৈতিক-সামাজিক ইতিহাসৰ পটভূমিক লৈ ৰচিত ‘কালদিয়া পাৰৰ গোঁসানী’ এখন সামাজিক উপন্যাস ।

সামাজিক সংঘাটৰ প্ৰতিফলন ঘটা নামনি অসমৰ এক ক্ষুদ্ৰ অংশক উপন্যাসখনৰ পটভূমি হিচাপে লোৱা হৈছে।

বৃটিছ শাসনৰ সময়ত অসমৰ জনতাৰ ওপৰত মহাজনী শোষণ, স্বাধীনতা সংগ্ৰামৰ আশা-নিৰাশা আদৰ্শগত সংঘাট, স্বাধীনতাৰ মোহভংগ, দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ চৰমপন্থী কাৰ্যকলাপ উচ্চবৰ্ণীয় সমাজত স্ত্ৰী শিক্ষা আৰু নাৰীৰ সামাজিক স্থান আদিৰ পটভূমিত নিৰ্মাণ কৰা এই উপন্যাস খনে সামৰি ল’ব অনুপ্ৰৱেশৰ সমস্যাৰ সৈতে জড়িত তদানীন্তন অসমৰ ৰাজনীতিৰ লগতে অসম আন্দোলনৰ অগ্নিগৰ্ভা সময়ৰ কেতবোৰ অলিখিত কাহিনী ।

অৰিহনা:৩০০

Leave a Reply

Your email address will not be published. Required fields are marked *