
💐গ্ৰন্থ: কণবাপুৰ চকুলো (গল্প সংকলন)💐
লেখক: অমল দত্ত
প্ৰকাশক: গায়ত্ৰী প্ৰকাশন, গুৱাহাটী
পৰিৱেশক: কিৰণ প্ৰকাশন, পানবজাৰ
মূল্য: ১৩০.০০ টকা
পৃষ্ঠা: ১১২
সমাজৰ বিভিন্ন চৰিত্ৰক আৰু আমি প্ৰায়ে মুখা-মুখি হৈ থকা সামাজিক আৰু মানসিক সমস্যাক আধাৰ হিচাপে লৈ ৰচিত অমল দত্তৰ প্ৰথম প্ৰচেষ্টা ‘কণবাপুৰ চকুলো’।
💐মুঠ ১৪ টা গল্পৰ এই গল্প সংকলনখনে সকলো বয়সৰ পাঠককে আকৃষ্ট কৰিব পাৰিব।💐
