
💐#মণিকূট_প্ৰকাশনৰ অনবদ্য গ্ৰন্থ সম্ভাৰঃ💐
গ্ৰন্থৰ নামঃ এমুঠি তৰাৰ জিলিমিলি
গ্ৰন্থৰ প্ৰকাৰঃ উপন্যাস(মানুহৰ মনোজগতৰ মনস্তাত্বিক বিশ্লেষণৰ অভিনৱ বিষয়বস্তুৰ ওপৰত এখন বিশেষ উপন্যাস)
লিখকঃ কুমাৰ কিশোৰ
প্ৰকাশকঃ মণিকূট, মথুৰানগৰ, দিছপুৰ,
গুৱাহাটী-৬
পৃষ্ঠা সংখ্যাঃ ২৪০
মূল্য ঃ ২০০ টকা
কিতাপখন পাণবজাৰ আৰু অন্যান্য গ্ৰন্থ বিপণীত পোৱাৰ উপৰিও এমাজন, ফ্লিপকাৰ্ট তথা ডাকযোগেও উপলব্ধ।
ডাকযোগে পাবলৈ এই নম্বৰত হোৱাচ্ছআপ যোগে যোগাযোগ কৰকঃ 8638960116
ফ্লিপকাৰ্ট যোগে পাবলৈ তলৰ লিংকটো ক্লিক কৰকঃ
এমাজন যোগে পাবলৈ তলৰ লিংকটো ক্লিক কৰকঃ
💐💐💐💐💐#মণিকূট_প্ৰকাশন💐💐💐💐

