💐💐💐নীলিমা বৰাৰ শিশু গল্পৰ সংকলন ‘উৰহি গছৰ ওৰ’💐💐💐

💐💐💐💐💐আকাশী বেলুন💐💐💐💐💐

“ইমন আৰু ভায়েক নয়নৰ ভাল কাজিয়া এখন লাগিল।

ইমনহঁত আগদিনা মাকহতঁৰ লগত পূজা চাবলৈ গৈছিল।

ইমনে কেইটামান গেচ দিয়া বেলুন কিনি আনিছিল।

আনোতে জানো কম কষ্ট হৈছিল?

গাড়ীৰ বাহিৰত বেলুন কেইটা দি সূতা কেইডাল ভিতৰৰ পৰা ধৰি আনিব লগা হৈছিল।

আহিয়ে সি আলহী ঘৰৰ টেবুলখনৰ খুটাঁত ভালকৈ বান্ধি থৈ দুৱাৰখন জপাই থৈছিল যাতে কোনেও নিব নোৱাৰে।

পিছে ৰাতিপুৱা শোৱাৰ পৰা উঠি চায়হি – যে তাৰে চাৰিটা বেলুন নাই।

দুটাহে আছে।”

……💐💐💐💐💐💐💐💐💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *