
💐আমেৰিকাৰ অৰঙে দৰঙে💐
বিনোদ শৰ্মা
প্ৰথম প্ৰকাশ:
১ জুলাই,২০১১ চন
প্ৰকাশক: অসম সাহিত্য সভা
গোলাঘাট শাখা, গোলাঘাট
মূল্য: ৫০ টকা
আমেৰিকাৰ দৰে বহু দেশ ভ্ৰমণৰ হেঁপাহ থাকে বহুজনৰে।
“জী-জোঁৱাই আমেৰিকা নিবাসী হোৱাৰ বাবেই লেখক-দম্পতীৰ তাত ছমাহ থাকি বহুতো দৰ্শনীয় স্থান দেখাৰ সৌভাগ্য ঘটিল আৰু আন বহুতৰ দৰে নিজৰ মাজতে সেইবিলাক আবদ্ধ নাৰাখি আনকো লিখনীৰ জৰিয়তে জানিবলৈ সুযোগ দিয়াৰ বাবে লেখক ধন্যবাদৰ পাত্ৰ।”
এই ভ্ৰমণ কাহিনীত পঢ়িবলৈ পাব….
১. আমেৰিকাৰ শিক্ষা জগতত এভুমুকি
২. আমেৰিকাৰ চিকিৎসা ব্যৱস্থা
৩. আমেৰিকাৰ মঠ-মন্দিৰ
৪. চেণ্টলুইচ আৰ্ট মিউজিয়াম
৫. মিচিচিপি,আমাজন
৬. গে’টৱে আৰ্চ আৰু বহুতো……
💐আমেৰিকা ভ্ৰমণৰ এখন সুন্দৰ গ্ৰন্থ💐

