🌹🌹আমাৰ নাতি- পৰিনাতিৰ অৰ্থনৈতিক ভৱিষ্যৎ

প্ৰখ্যাত অৰ্থনীতিবিদ জন মেনাৰ্দ উইলিয়াম কেইনচ্‌ আৰু ৱাল্ট ৰস্তােৰ দুখন ৰচনাৰ সমষ্টি ‘ আমাৰ নাতি-পৰিনাতিৰ অৰ্থনৈতিক ভৱিষ্যৎ ‘ গ্ৰন্থখন।

ভৱিষ্যৎ সুখৰ সমাজৰ যি চিত্ৰ পণ্ডিত কেইনচ্‌-এ দাঙি ধৰিছে , তাৰ কাৰণে তেওঁ তিনিটা মূল চৰ্তৰ কথাও উল্লেখ কৰিছে।

জনসংখ্যা নিয়ন্ত্ৰণ, যুদ্ধ বিগ্ৰহৰ পৰা মুক্ত পৃথিৱী এখন আৰু উৎপাদনৰ ক্ষেত্ৰবোৰত বিজ্ঞানৰ অৱদান বা প্ৰযুক্তিৰ প্ৰয়োগ।

লেখক, অনুবাদক প্ৰবীণ বৈশ্যই অৰ্থনীতি সম্বন্ধীয় এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে।

২০১২ চনতে অসম প্ৰকাশন পৰিষদে এই গ্ৰন্থখন প্ৰথম ছপা কৰিছিল।

অতি কম মূল্যৰ এই গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *