💐💐পূৰ্বায়ণ প্ৰকাশনৰ পৰা প্ৰকাশিত গ্ৰন্থ ড০ স্মৃতিৰেখা ভূঞাৰ “আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য ঐতিহ্য আৰু শিল্প”।💐💐

বিস্তৃত তথ্য আৰু আলোচনা সমৃদ্ধ এই গৱেষণামূলক গ্ৰন্থখনত অৰুণোদই যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া ভ্ৰমণ সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাজোৰা ইতিহাস তথা গুণাভিৰাম বৰুৱাৰ পৰা আৰম্ভ কৰি অৰূপা পটংগীয়া কলিতালৈকে কেইবাগৰাকী লেখকৰ ভ্ৰমণ সাহিত্যৰ শিল্পৰীতি সম্পৰ্কে পদ্ধতিগতভাৱে আলোচনা কৰা হৈছে।

গ্ৰন্থখন নিঃসন্দেহে অসমীয়া ভ্ৰমণ সাহিত্য বিষয়ক সমালোচনামূলক আৰু বিশ্লেষণাত্মক অধ্যয়নৰ ক্ষেত্ৰত নতুন পথ নিৰূপক গ্ৰন্থ স্বৰূপে চিহ্নিত হ’ব।

পৃষ্ঠা সংখ্যা – ৪০০

দাম মাত্ৰ ৪০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *