💐” অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ”💐

শ্ৰীযুত প্ৰকাশ কৈৰালা দেৱে লিখা এই গ্ৰন্থখন পঢ়ি অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ গোর্খাসকলৰ ঐতিয্যৰ বিষয়ে জানি বহুত ভাল লাগিল।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি শ্ৰীযুত যতীন গোস্বামী দেৱৰ ‘শুভেচ্ছা বাণী’ আৰু বিশিষ্ট ঔপন্যাসিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড : ধ্ৰুৱজ্যোতি বৰা দেৱৰ ‘আগকথা’ ই গ্ৰন্থখনৰ যথেষ্ট সমৃদ্ধি বৃদ্ধি কৰিছে।

লেখকে প্রাচীন কালৰ পৰা বৰ্তমানলৈকে অসম তথা ভাৰতবৰ্ষত গোর্খাসকলৰ ত্যাগ আৰু অৱদানৰ তথ্য সমৃদ্ধ ছবি ডাঙি ধৰিবলৈ সক্ষম হৈছে।

কবলৈ গলে বিশেষকৈ প্ৰতিজন গোর্খাৰ বাবে এই পুথিখন এখন দস্তাবেজ।

পুথিখন এবাৰ পঢ়িবৰ বাবে আহ্বান জনালো।

দিলীপ লোহাৰ, ছৈখোৱা ঘাট, 6000704472

যোগাযোগ নম্বৰ: 8876139358 ( লেখক )

💐💐💐💐💐💐💐💐💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *