💐শৈশৱ, কৈশোৰ, যৌৱনৰ আবেলিবোৰ যেন হেৰাই যাব ধৰিছে। 💐

আধুনিক জীৱন যাত্ৰাৰ টি ভি, কম্পিউটাৰ, ইন্টাৰনেট, টিউচন, হোম ৱৰ্ক, কৰ্চিং, আৰ্ট ক্লাছ, স্পৰ্টছৰ ধামখুমিয়াত সৰ্বজনৰ সৰ্বকাংক্ষাৰ হেঁচাত আজি আৰু কোনো শিশু-কিশোৰে আৰু যুৱক-যুৱতীয়ে আবেলিৰ মাদকতাত আপ্লুত হ’বলৈ সুৰুঙা নাপায়।

আধুনিক সভ্যতাৰ ইয়ো এক অভিশাপ।

💐💐”অমৰত্বৰ পাছপ’ট আৰু অন্যান্য ৰচনা”💐

লেখক : ডাঃ সৌৰভ বুঢ়াগোহাঁই

মূল্য : ২৫০ টকা মাত্ৰ

Leave a Reply

Your email address will not be published. Required fields are marked *