🌹🌹গল্প সংকলন🌹🌹

❤️❤️ অনুভৱৰ এমুঠি ৰং ❤️❤️❤️

✍️❤️মন্দিতা চেতিয়া গগৈ

লেখিকা মন্দিতা চেতিয়া গগৈৰ জন্ম মাৰ্ঘেৰিটাত।

বিবাহ সূত্রে ডিব্ৰুগড় জিলাৰ ৰাজগড়ত ঘৰ।

পেছাত এগৰাকী শিক্ষয়িত্রী।

লেখিকা মন্দিতা চেতিয়া গগৈৰ অন্যতম সৃষ্টি ‘অনুভৱৰ এমুঠি ৰং’ গল্পৰ সংকলন খনেৰে সাহিত্যৰ পথাৰত দ্বিতীয় প্রয়াস।

আমাৰ অসম, অসম আদিত্য, দৈনিক অগ্রদূত, দৈনিক গণ-অধিকাৰ, অসমীয়া প্ৰতিদিন আদি কাকতত প্ৰবন্ধ, গল্প, কবিতা আদি বিভিন্ন সময়ত প্ৰকাশ হৈছে।

ইয়াৰোপৰি ৰ’দালি, বার্তাপখিলী, অনুপমা অঞ্জলি, প্রান্তিক, আইনা জীৱনৰ, সংযোগ আলোচনী আদি আলোচনীত গল্প, কবিতা প্রকাশ পাইছে।

বিভিন্ন ই-আলোচনীতো গল্প, কবিতা আদি প্ৰকাশ হৈ আছে।

জানেলিষ্ট বার্তা, ৰঙিলী বার্তা, গণস্তম্ভ, দৈনন্দিন বার্তা, পষেকীয়া সাম্প্ৰতিক আদি ৰাতৰি কাকততো গল্প, কবিতা প্রকাশ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *